☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
দেখৰ মানে
(Assamese)
[
Roman:
de.khor ma.ne]
Contributed by:
Anjal Borah (অঞ্জল বৰা)
on 2009-05-25
1.
(Adverb)
in large number or quantity. অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
English:
plentifully
Assamese:
অতপাকৈ
আধিককৈ
আনে-বানে
ওনা-ওনে
দেখৰ
দেখৰ মানে
দেধাৰ
দেশৰ
দেশৰ মানে
প্ৰচুৰৰূপে
বহুতকৈ
বেচিকৈ
সৰহকৈ
সৰহীয়াকৈ
হামাৰভাৰে